ETV Bharat / state
BDO arrested in Baksa: বাক্সাত গ্ৰেপ্তাৰ খণ্ড উন্নয়ন বিভাগৰ দুজনকৈ বিষয়া
পুনৰ গ্ৰেপ্তাৰ হ’ল দুই চৰকাৰী বিষয়া (BDO arrested in Baksa) ৷ বাক্সা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজনকৈ খণ্ড উন্নয়ন বিষয়াক ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ কেলেংকাৰীত অভিযুক্ত আছিল দুয়োজন ৷
বাক্সাত গ্ৰেপ্তাৰ দুজনকৈ খণ্ড উন্নয়ন বিষয়া
By
Published : Nov 12, 2022, 5:41 PM IST
| Updated : Nov 12, 2022, 6:33 PM IST
- পুনৰ গ্ৰেপ্তাৰ হ’ল দুই চৰকাৰী বিষয়া (Government officials arrested in Baksa)
- বাক্সা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে খণ্ড উন্নয়ন বিষয়া আৰু এজন কনিষ্ঠ অভিযন্তাক
- প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ কেলেংকাৰীত অভিযুক্ত আছিল দুয়োজন
- ধৃত বিষয়া দুজন অৱসৰপ্ৰাপ্ত BDO মোজাম্মেল হুছেইন আৰু কনিষ্ঠ অভিযন্তা ৱাজেদ আলী আহমেদ
- ৱাজেদ আলী আহমেদ বৰ্তমান বড়িগোগ বনভাগ ব্লকৰ সহকাৰী অভিযন্তা পদত অধিষ্ঠিত
বাক্সাত গ্ৰেপ্তাৰ খণ্ড উন্নয়ন বিভাগৰ দুজনকৈ বিষয়া
- মোজাম্মেল হুছেইন গোৱৰ্ধনা ব্লকৰ প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া
- উল্লেখ্য যে এই কেলেংকাৰীৰ লগত জড়িত VCDC ৰ অধ্যক্ষ আখতাৰ হুছেইন তালুকদাৰক পূৰ্বেই আৰক্ষীয়ে কৰিছিল গ্ৰেপ্তাৰ
- যোৱা অক্টোবৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল VCDCৰ অধ্যক্ষ তালুকদাৰক
Last Updated : Nov 12, 2022, 6:33 PM IST