অসম

assam

ETV Bharat / state

বাক্সাত বুটমাহত বিষক্ৰিয়াঃ চিকিৎসাধীন বহু লোক - বাক্সাত বুটমাহত বিষক্ৰিয়া

বাক্সাৰ কোকলাবাৰীত সংঘটিত হ'ল এই অঘটন ৷

বাক্সাত বুটমাহত বিষক্ৰিয়া : চিকিৎসাধীন বহু লোক

By

Published : Aug 19, 2019, 11:58 PM IST

বাক্সা, 19 আগষ্ট: কিছুদিন আগতে বাক্সাৰ কোকলাবাৰী গাঁৱৰ এটা পৰিয়ালৰ অন্নপ্ৰাসন্নত বুটমাহ খাই অসুস্থ হৈ পৰিছিল বহুলোক ৷ যাৰ ফলত তেওলোকক বৰমা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু মুছলপুৰৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পাছত স্বাস্থ্যৰ ক্ৰমাত উন্নতি হোৱাত তেওলোকক ঘৰলৈ যাবলৈ দিয়া হয় ৷ কিন্তু হঠাৎ আজি পুনৰ বিশজনমান লোক অসুস্থ হৈ পৰাত ফলত তেওলোকক পুনৰ মুছলপুৰৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ পাছত চিকিৎসকে জনাই যে বিষক্ৰিয়া বুট মাহ গ্ৰহণ কৰাৰ ফলতেই এই কাণ্ড সংঘটিত হয় ৷

বাক্সাত বুটমাহত বিষক্ৰিয়া : চিকিৎসাধীন বহু লোক

ABOUT THE AUTHOR

...view details