বৰমা, ১৪ নবেম্বৰঃবাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এনাজৰী ল'জত শনিবাৰে সন্ধিয়া এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। দিপাৱলী উপলক্ষে চাকি জ্বলোৱাত, সেই চাকীৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্রকাশ কৰিছে ল'জ কতৃপক্ষই ।
মানাহৰ এনাজৰী ল'জত ভয়ংকৰ অগ্নিকাণ্ড - অগ্নিকাণ্ডৰ সূত্ৰপাত
বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এনাজৰী ল'জত শনিবাৰে সন্ধিয়া এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। দিপাৱলী উপলক্ষে চাকি জ্বলোৱাত, সেই চাকীৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্রকাশ কৰিছে ল'জ কতৃপক্ষই ।

মানাহৰ এনাজৰী ল'জত ভয়ংকৰ অগ্নিকাণ্ড
এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজ আৰু বৰপেটা ৰোডৰ পৰা অহা অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়। উক্ত অগ্নিকাণ্ডত ল'জখনৰ নথিপত্ৰকে আদি কৰি কেইবা লক্ষ্যধিক টকাৰ সা- সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক: খাৰুপেটীয়া প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতিৰ দেহৱসান