অসম

assam

ETV Bharat / state

বাক্সাৰ দাৰাগাঁৱত প্ৰকৃতিপ্ৰেমীৰ ভিৰ - বাক্সাৰ দাৰাগাঁৱত প্ৰকৃতিপ্ৰেমীৰ ভিৰ

বাক্সাৰ দাৰাগাঁৱত প্ৰকৃতিপ্ৰেমীৰ ভিৰ ৷ প্ৰকৃতিৰ নিৰ্মল শীতল পানীয়ে হাত বাউল দি মাতিছে সকলোকে

বাক্সাৰ দাৰাগাঁৱত  প্ৰকৃতিপ্ৰেমীৰ ভিৰ

By

Published : Aug 26, 2019, 4:13 PM IST

বাক্সা,26 আগষ্টঃ বাক্সা জিলাৰ দাৰাগাঁৱত প্ৰকৃতিপ্ৰেমীৰ ভিৰ ৷ হিমালয়ৰ পৰা নামি অহা পানীত এবাৰ গা ধুৱাবলৈ ঢাপলি মেলিছে বহু প্ৰকৃতিপ্ৰেমী ৷ মূলত বড়ো আৰু নেপালী লোকৰ এই গাঁওখন বৰমাত থকা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰে মুছলপুৰ-নিকাচি হৈ প্ৰায় ২৫ কিলোমিটাৰ মান দূৰত্বত ভাৰত ভূটান সীমান্তত অৱস্থিত ৷ গাঁওখনলৈ এতিয়া সোঁত বৈছে অগণন লোকৰ ৷ কিন্তু কিয় ? চাওক এই প্ৰতিবেদন...

বাক্সাৰ দাৰাগাঁৱত প্ৰকৃতিপ্ৰেমীৰ ভিৰ

ABOUT THE AUTHOR

...view details