বৰমা,১৩ আগষ্টঃ বাক্সা জিলা পৰিবহণ বিভাগে বৃহস্পতিবাৰে মুছলপুৰৰ মাজমজিয়াত তালাচী অভিযান চলায়। যিসকল গাড়ী চালকে চীট বেল্ট, মাস্ক পৰিধান কৰা নাই সেই সকলৰ বিৰূদ্ধে সজাগতা সৃষ্টিৰ বাবে তালাচী অভিযান চলায়।
ৰাজপথত পৰিবহন বিভাগৰ তালাচী - জিলা পৰিবহন বিভাগ
জিলা পৰিবহন বিষয়া শোনিত কুমাৰ বৰাৰ নেতৃত্বত পৰিবহণ বিভাগৰ এটা দলে বাইক, স্কুটি, চাৰিচকীয়া বাহনৰ লগতে ডাম্পাৰৰ চালকৰ নথি পত্ৰ পৰীক্ষা কৰে ৷
![ৰাজপথত পৰিবহন বিভাগৰ তালাচী baksa transport department cheeking bike car and truck etc](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8410456-20-8410456-1597335888648.jpg)
বাক্সা জিলা পৰিবহন বিভাগৰ তালাচী অভিযান
বাক্সা জিলা পৰিবহন বিভাগৰ তালাচী অভিযান
ইপিনে জিলা পৰিবহণ বিষয়া শোনিত কুমাৰ বৰাৰ নেতৃত্বত পৰিবহণ বিভাগৰ এটা দলে বাইক, স্কুটি, চাৰিচকীয়া বাহনৰ লগতে ডাম্পাৰৰ চালকৰ নথি পত্ৰ পৰীক্ষা কৰে। যি সকলৰ অনুজ্ঞাপত্ৰ নাই সেই সকলৰ বিৰূদ্ধে জৰিমনা বিহাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।
লগতে পঢ়কঃপূৰ্ৱৰ তুলনাত চাহিদা কমিছে জাতীয় পতাকাৰ