অসম

assam

ETV Bharat / state

বাক্সাত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ 1 জনৰ মৃত্যু - baksa

ৰাজ্যত জাপানীজ এনকেফেলাইটিজ পিছত এইবাৰ ছোৱেন ফ্লুত আক্ৰান্ত হৈ ব্যৱসায়ীৰ মৃত্যু ৷ গুৱাহাটীস্থিত নাৰায়না হাস্পতালত চিকিৎসা চলি থকাৰ সময়তে তেওঁৰ মৃত্যু হয় লোকজনৰ ।

বাক্সাত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ 1 জনৰ মৃত্যু

By

Published : Jul 7, 2019, 2:30 PM IST

বাক্সা,7জুলাইঃ ৰাজ্যত জাপানীজ এনকেফেলাইটিজে ভয়ানক ৰূপ ধাৰণ কৰাৰ পিছত এইবাৰ ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল'লে বাক্সাৰ এজন ব্যৱসায়ীয়ে ৷ বাক্সাৰ তামুলপুৰ মহকুমাৰ ভকতপাৰ গাঁও নিবাসী ভগৱান প্ৰসাদৰ নাৰায়ণা হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে । যোৱা ১ জুলাইত লোকজন গুৰুতৰ ভাৱে অসুস্থ হোৱাত গুৱাহাটীস্থিত নাৰায়না হাস্পতাললৈ চিকিৎসাৰ বাবে লৈ যোৱা হয় যদিও চিকিৎসা চলি থকাৰ সময়তে তেওঁৰ মৃত্যু হয় ।

বাক্সাত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ 1 জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details