অসম

assam

ETV Bharat / state

৫নং কোকৰাঝাৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ ভোটদান - কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভা

৫নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাই বাক্সাৰ দলংপাৰাত সাব্যস্ত কৰিলে ভোটদান

৫ নং কোকৰাঝাৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ ভোটদান

By

Published : Apr 23, 2019, 11:23 AM IST

কোকৰাঝাৰ, 23 এপ্ৰিলঃ ৰাজ্যত ইতিমধ্যে শান্তিপূৰ্ণ ভাৱে চলি আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাই সাব্যস্ত কৰিলে ভোটদান ৷ বাক্সাৰ দলংপাৰাত ১৫০নং ভোট কেন্দ্ৰৰ পৰা পুৱা ৮ বজাত ভোটদান কৰে প্ৰাৰ্থীগৰাকীয়ে ৷

৫ নং কোকৰাঝাৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ ভোটদান

ABOUT THE AUTHOR

...view details