বৰমা, 4 নৱেম্বৰ : বাক্সা জিলাৰ শালবাৰী ৰাজহচক্ৰ অন্তৰ্গত কালপানী নৈত অবৈধ খনন কাৰ্য্যৰ বিৰুদ্ধে বুধবাৰে সৰৱ হৈ পৰে স্থানীয় ৰাইজ ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি ২০০৪ চনতেই অহা প্ৰলয়ংকাৰী বানপানীত এই বিশাল অঞ্চল বানৰ কৱলত পৰিছিল ৷
বাক্সাত অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ - ২০০৪ চনতেই অহা প্ৰলয়ংকাৰী বান
২০০৪ চনতেই অহা প্ৰলয়ংকাৰী বানপানীত এই বিশাল অঞ্চল বানৰ কৱলত পৰিছিল ৷ তেতিয়াৰে পৰাই এই অঞ্চলত দুষ্ট চক্ৰই অবৈধ ভাৱে শিল বালি কঢ়িয়াই অঞ্চলটোলৈ ভাবুকিৰ সৃষ্টি কৰি আহিছে ৷

বাক্সাত অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
তেতিয়াৰে পৰাই এই অঞ্চলত দুষ্ট চক্ৰই অবৈধ ভাবে শিল বালি কঢ়িয়াই অঞ্চলটোলৈ ভাবুকিৰ সৃষ্টি কৰি আহিছে ৷ চৰকাৰক অতি শীঘ্ৰেই এই চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ দাবী জনায় স্থানীয় ৰাইজে ৷
লগতে পঢ়ক: মোডীৰ ছী প্লেন প্ৰকল্পত অন্তৰ্ভূক্ত এগৰাকী অসমীয়া