বাক্সা ,1নবেম্বৰ:দেওবাৰে বাক্সাৰ ৰাজপথত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ ৷ পৰিৱৰ্তনৰ শ্ল’গানেৰে চৰকাৰ গঠন কৰা বিজেপি নাতৃত্বাধীন চৰকাৰখনে এতিয়া মুল্যবৃদ্ধি ৰোধ কৰাত বিফল হৈ পৰিছে ৷ আকাশলংঘী হৈ পৰিছে বজাৰৰ প্ৰতিটো বস্তুৰ দাম ৷ প্ৰতিটো সামগ্ৰীৰে হৈছে জুই চাই দাম ৷ যাৰ ফলত এতিয়া অসুবিধাৰ সন্মুখীন হব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ ৷
বাক্সাত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ - যোগান মন্ত্ৰীৰ
পৰিৱৰ্তনৰ শ্ল’গানেৰে চৰকাৰ গঠন কৰা বিজেপি এতিয়া মুল্যবৃদ্ধি ৰোধ কৰাত বিফল হৈ পৰিছে ৷ মূল্য বৃদ্ধি ৰোধত বিফল হোৱাৰ অভিযোগ তুলি বাক্সাত যোগান মন্ত্ৰী গ ’বেক, অসম চৰকাৰ হায় হায় আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
বাক্সাত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ
লগতে পঢ়ক:78 কোটি টকীয়া বেকী ব্ৰীজত ছিৰাল ফাট