বৰমা, 28 জুলাই :ৰাজ্যত বৃদ্ধি পোৱা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে মঙলবাৰে বাক্সা জিলা পৰিবহণ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা চেনিটাইজৰ ব্যবস্থা কৰা হয় ৷ লগতে, বাহন সমুহত 50 শতাংশ ব্যক্তি উঠিব পাৰিব বুলি কোৱাৰ লগতে দুচকীয়া বাহনত 12 বছৰৰ তলৰ ব্যক্তি তথা মহিলাকহে উঠাৰ অনুমতি প্ৰদান কৰা হোৱা বুলি জিলা পৰিবহণ বিষয়া সুনিত বৰাই জানিবলৈ দিয়ে ৷
বাক্সা জিলা পৰিবহণ কাৰ্যালয় টেনিটাইজ স্বাস্থ্য বিভাগৰ - স্বাস্থ্য বিভাগ
ৰাজ্যত বৃদ্ধি পোৱা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে মঙলবাৰে বাক্সা জিলা পৰিবহণ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা চেনিটাইজৰ ব্যৱস্থা কৰা হয় ৷ লগতে,বাহন সমুহত 50 শতাংশ ব্যক্তি উঠিব পাৰিব বুলি কোৱাৰ লগতে দুচকীয়া বাহনত 12 বছৰৰ তলৰ ব্যক্তি তথা মহিলাকহে উঠাৰ অনুমতি প্ৰদান ৷
![বাক্সা জিলা পৰিবহণ কাৰ্যালয় টেনিটাইজ স্বাস্থ্য বিভাগৰ BAKSA DTO OFFICE SENITIZE](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8208162-thumbnail-3x2-ass.jpg)
বাক্সা জিলা পৰিবহণ কাৰ্যালয় টেনিটাইজ স্বাস্থ্য বিভাগৰ
বাক্সা জিলা পৰিবহণ কাৰ্যালয় টেনিটাইজ স্বাস্থ্য বিভাগৰ
আনহাতে,কোনো লোকে মাক্স ব্যৱহাৰ নকৰিলে জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে বুলিও জানিবলৈ দিয়ে পৰিবহণ বিষয়া গৰাকীয়ে ৷ ইফালে,ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বাক্সা জিলা পৰিবহণ বিভাগে অধিক অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিছে জিলা পৰিবহণ বিষয়া সুনিত বৰাই ৷
লগতে পঢ়ক : তেজপুৰত ভয়ানক ৰূপ ধাৰণ কৰিছে কৰ'ণা সংক্ৰমণে