বাক্সা, 29 ডিচেম্বৰঃ বছৰটোৰ শেষৰটো ৰবিবাৰে বনভোজযাত্ৰীৰে উপচি পৰিছে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ দাৰাগাঁও ৷ অসমৰ বিভিন্ন জিলাৰ পৰা বছৰটোৰ অন্তিম ৰবিবাৰটো বিদায় দিবৰ বাবে দাৰাগাঁৱলৈ আহিছে বনভোজ যাত্ৰীসকল ৷ হিমালয়ৰ পৰা বৈ অহা শীতল নিৰ্মল পানীৰ স্পৰ্শত আনন্দত মতলীয়া হৈ পৰিছে বনভোজ যাত্ৰীসকল ৷
বছৰটোৰ শেষৰটো ৰবিবাৰঃবনভোজ যাত্ৰীৰ ভিৰ দাৰাগাঁৱত - বাক্সাৰ দাৰাগাঁও বনভোজস্থলী
বনভোজযাত্ৰীৰে উপচি পৰিছে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ দাৰাগাঁও ৷ অসমৰ বিভিন্ন জিলাৰ পৰা বছৰটোৰ অন্তিম ৰবিবাৰটো বিদায় দিবৰ বাবে দাৰাগাৱলৈ আহিছে বনভোজ যাত্ৰীসকল ৷
![বছৰটোৰ শেষৰটো ৰবিবাৰঃবনভোজ যাত্ৰীৰ ভিৰ দাৰাগাঁৱত Baksa Daragaon picnic spot](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5533707-thumbnail-3x2-b.jpg)
বছৰটোৰ শেষৰটো ৰবিবাৰঃবনভোজ যাত্ৰীৰ ভিৰ দাৰাগাঁৱত
বনভোজ যাত্ৰীৰ ভিৰ দাৰাগাঁৱত
ইতিমধ্যে দাৰাগাৱৰ কমিটিয়ে জানিবলৈ দিয়া মতে বনভোজস্থলীত লোকসকলৰ যাতে কোনোধৰণৰ অসুবিধা নহয় তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা হৈছে ৷
আৰু পঢ়ক- নতুন বৰ্ষত ৰূপসী বিমানবন্দৰৰ পৰা উৰাজাহাজ উৰিবঃ সৰ্বানন্দ সোণোৱাল