বাক্সা,4 ডিচেম্বৰ : বাক্সা জিলাৰ একাংশ শিক্ষিত সমাজে সমালোচনা কৰিছে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ বিটিচি নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাঁওতে নিৰ্বাচনী মঞ্চত দেখুওৱা কিছু ভংগীত অতিষ্ঠ হৈছে বাক্সাৰ সচেতন মহল ৷
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংগী-ভংগীক লৈ অতিষ্ঠ একাংশ সচেতন মহল - বাক্সা
মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাষণৰ দ্বাৰা দেখুওৱা কিছুমান অংগী-ভংগীক লৈ মন্ত্ৰীগৰাকীক সমালোচনা বাক্সাৰ একাংশ সচেতন মহলৰ ৷ নিৰ্বাচনী মঞ্চত দেখুওৱা কিছু ভংগীত অতিষ্ঠ হৈছে বাক্সাৰ সচেতন মহল ৷
![মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংগী-ভংগীক লৈ অতিষ্ঠ একাংশ সচেতন মহল baksa conscious people criticized himanta biswa sarma](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9760211-thumbnail-3x2-b.jpg)
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংগী-ভংগীক লৈ অতিষ্ঠ একাংশ সচেতন মহল
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংগী-ভংগীক লৈ অতিষ্ঠ একাংশ সচেতন মহল
মন্ত্ৰীগৰাকীয়ে বিশেষভাৱে দেহৰ অংগী-ভংগী দেখুৱাই ভাষণ প্ৰদান কৰা লক্ষ্য কৰিছে একাংশ লোকে ৷ তেওঁৰ এই অংগী-ভংগীৰে দিয়া বক্তব্যক তীব্ৰ সমালোচনা কৰিছে জিলাখনৰ একাংশ সচেতন মহলে ৷
লগতে পঢ়ক :নগাঁৱত চুৰ কৰিবলৈ লৈ চোৰৰ লটিঘটি