অসম

assam

ETV Bharat / state

পশু পালনেৰে আত্মনিৰ্ভৰশীল বাক্সাৰ বাহাদুৰ ছেত্ৰী - ছাগলী আৰু গৰু

সীমান্ত অঞ্চলত বেলেগ খেতি কৰা হয় যদিও বনৰীয়া হাতীয়ে প্ৰতি দিনে আহি উপদ্ৰপ চলায় । সেয়ে তেওঁ পশু পালনৰ জৰিয়তে উপাৰ্জনৰ বাট মুকলি কৰিছে।

ছাগলী আৰু গৰু পালনেৰে আত্মনিৰ্ভৰশীল বাহাদুৰ ছেত্ৰী

By

Published : Jun 8, 2019, 2:46 PM IST

বাক্সা, ৮ জুনঃ বাক্সাৰ এজন লোকে ছাগলী আৰু গৰু পুহি স্বাৱল্মী হ'বলৈ সক্ষম হৈছে । লোকজনৰ নাম বাহাদুৰ ছেত্ৰী ।

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ গৈয়বাৰীৰ বাসিন্দা বাহাদুৰ ছেত্ৰীয়ে ছাগলী আৰু গৰুৰ ফাৰ্মেৰে নিজৰ লগতে পৰিয়ালটো পোহপাল দি আছে । বাহাদুৰ ছেত্ৰীৰ ফাৰ্মত ৮০ টাlকৈ অধিক ছাগলী আছে আৰু গাই গৰু ২৫ টা । উল্লেখযোগ্য যে সীমান্ত অঞ্চলত বেলেগ খেতি কৰা হয় যদিও বনৰীয়া হাতীয়ে প্ৰতি দিনে আহি উপদ্ৰপ চলায় । সেয়ে তেওঁ পশু পালনৰ জৰিয়তে উপাৰ্জনৰ বাট মুকলি কৰিছে।

ছাগলী আৰু গৰু পালনেৰে আত্মনিৰ্ভৰশীল বাহাদুৰ ছেত্ৰী

লগতে আন এটা বাতৰি- আমেৰিকাৰ 80 গৰাকী ধনী মহিলাৰ ভিতৰত অন্তৰ্ভুক্ত তিনি ভাৰতীয় মহিলা

ABOUT THE AUTHOR

...view details