অসম

assam

By

Published : May 21, 2019, 10:19 PM IST

ETV Bharat / state

মাহৰ এটা দিনহে খোলা থকা বাক্সাৰ এটা স্বাস্থ্যকেন্দ্ৰ

জানিব পৰামতে মাহৰ কেৱল বুধবাৰে খোলে এই উপ-স্বাস্থ্যকেন্দ্ৰটো ৷ ফলত চিকিৎসাৰ বাবে বিশেষ দিনটোলৈ ৰ'বলগীয়া হয় অঞ্চলবাসী ৷

কেৱল সপ্তাহৰ বুধবাৰে খোলা বাক্সাৰ উপ-স্বাস্থ্য কেন্দ্ৰটো!

বাক্সা, 21 মেঃ সপ্তাহৰ সাতদিনৰ 24 ঘণ্টাৰ বাবে নহয়, মাহৰ এটা দিনৰ কিছু সময়ৰ বাবেহে খোলা থকা এটা স্বাস্থ্য কেন্দ্ৰ ৷ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কাউৰবাহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ পূব দ্বাৰকুছী উপস্বাস্থ্য কেন্দ্ৰটোত মাহৰ এদিন কাম কৰি দায়িত্ব সামৰে দায়িত্বত থকা আশাকৰ্মীসকলে ৷

কেৱল সপ্তাহৰ বুধবাৰে খোলা বাক্সাৰ উপ-স্বাস্থ্য কেন্দ্ৰটো!

জানিব পৰামতে মাহৰ কেৱল বুধবাৰে খোলে এই উপ-স্বাস্থ্যকেন্দ্ৰটো ৷ ফলত চিকিৎসাৰ বাবে বিশেষ দিনটোলৈ ৰ'বলগীয়া হয় অঞ্চলবাসী ৷

ABOUT THE AUTHOR

...view details