- তামুলপুৰত এচিড আক্ৰমণৰ ঘটনা (Acid attack incident in Tamulpur)
- এগৰাকী ব্যক্তিক বুধবাৰে নিশা এচিডেৰে আক্ৰমণ দুৰ্বৃত্তৰ
- নিশা কামৰ পৰা উভতি আহি আছিল গোৰেশ্বৰৰ বকুলগুৰী গাঁৱৰ মাণিক দেৱনাথ নামৰ লোকজন
- উভতি অহাৰ পথতে মাণিক দেৱনাথৰ মুখমণ্ডলত দুৰ্বৃত্তই ঢালি দিয়ে এচিড
- পিছত ততাতৈয়াকৈ মাণিকক গোৰেশ্বৰৰ গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়
- কিন্তু উন্নত চিকিৎসাৰ বাবে মানিক দেৱনাথক নিশাই প্ৰেৰণ কৰে GMCH লৈ
- এই কাণ্ডৰ লগত কেইবাজনো লোক জড়িত থকাৰ কথা উল্লেখ ভুক্তভোগীৰ
- ভুক্তভোগীৰ চিনাকি আটাইকেইজন অভিযুক্ত
- অভিযুক্তকেইজন ক্ৰমে বিপিন ৰাজবংশী, দেৱেন ৰাজবংশী, কনক ৰাজবংশী আৰু পিংকু বিশ্বাস
- শত্ৰুতা থকাৰ বাবেই এনে অমানৱীয় ঘটনা সংঘটিত কৰাৰ অভিযোগ মানিক দেৱনাথৰ পত্নীৰ