অসম

assam

ETV Bharat / state

বাক্সাত এবিএমছুৰ প্ৰতিবাদ - লাছিৰ দলং

বাক্সাৰ বিভিন্ন অঞ্চলৰ ৰাস্তা-ঘাট, গোৰেশ্বৰ সংযোগী পথৰ বৰলীয়া নদীৰ ওপৰত থকৈ লাছিৰ দলং শীঘ্ৰে নিৰ্মাণ, চিকিৎসালয় জৰাজীৰ্ণ অৱস্থাৰ বাবেই বুধবাৰে ১১ বজাত এবিএমছুয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷

বাক্সাত এবিএমছুৰ প্ৰতিবাদ

By

Published : Oct 30, 2019, 7:35 PM IST

Updated : Oct 30, 2019, 8:31 PM IST

বাক্সা, 30 অক্টোবৰঃ বাক্সাৰ তামুলপুৰ দ্বাৰকুছী বজাৰৰ ১২৭ নং ডি ৰঙিয়া ভূটান পথত এবিএমছুৰ প্ৰতিবাদ । অঞ্চলটোৰ ৰাস্তা-ঘাট, গোৰেশ্বৰ সংযোগী পথৰ বৰলীয়া নদীৰ ওপৰত থকা লাছিৰ দলং শীঘ্ৰে নিৰ্মাণ, চিকিৎসালয় জৰাজীৰ্ণ অৱস্থাৰ বাবেই বুধবাৰে ১১ বজাত এবিএমছুয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদত এছিএল এ দেবেন বড়ো মুৰ্দাবাদ, ভৱেশ কলিতাৰ কাম নাই ,হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

বাক্সাত এবিএমছুৰ প্ৰতিবাদ


তাৰোপৰি, প্ৰতিবাদস্থলীত এবিএমছুয়ে অঞ্চলটোৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত দুই দফীয়া স্মাৰকপত্ৰ চক্ৰ বিষয়াৰ ওচৰত দাখিল কৰে । প্ৰতিবাদত এবিএমছুৰ লগতে দ্বাৰকুছীৰ সদৌ অসম বাঙালী ফেডাৰেশ্বনৰ আৰু তামুলপুৰত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সকলৰ লগতে পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ।

Last Updated : Oct 30, 2019, 8:31 PM IST

ABOUT THE AUTHOR

...view details