বৰমা, 9 অক্টোবৰঃ বাক্সা জিলাৰ 22 নং ককলাবাৰী পৰিষদীয় সমষ্টি অবড়ো সুৰক্ষা সমিতি সদস্য সকলে BTR চুক্তি আৰু BTR ৰ পৰা অবড়ো গাঁও সমূহ কৰ্তন কৰাৰ বাবে শুকুুৰবাৰে এক বিশাল বাইক ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ।
বাক্সাত BTRৰ বিৰুদ্ধে অবড়ো সংগঠনৰ বিশাল বাইক ৰেলী - BTR
বাক্সাত বিটিআৰৰ বিৰুদ্ধে অবড়ো সংগঠনৰ বিশাল বাইক ৰেলী কাৰ্যসূচী ।
![বাক্সাত BTRৰ বিৰুদ্ধে অবড়ো সংগঠনৰ বিশাল বাইক ৰেলী বাক্সাত BTRৰ বিৰুদ্ধে অবড়ো সংগঠনৰ বিশাল বাইক ৰেলী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-05:10:31:1602243631-as-baksa-against-btr-vis1-to-vis5-as10029-09102020163014-0910f-1602241214-1059.jpg)
বাক্সাত BTRৰ বিৰুদ্ধে অবড়ো সংগঠনৰ বিশাল বাইক ৰেলী
ইফালে প্ৰতিবাদকাৰী সকলে BTR গ’ বেক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, প্ৰমোদ বড়ো গ' বেক, অসম চৰকাৰ গ' বেক, ধ্বনিৰে সমগ্ৰ অঞ্চলটো উত্তাল কৰি তোলে ।
লগতে অতিশীঘ্ৰে BTR চুক্তি বাতিল কৰাৰ লগতে BTRৰ পৰা অবড়ো গাঁও সমূহ কৰ্তন কৰিবলৈ চৰকাৰক আহ্বান জনাইছে । অন্যথা BTAD ত তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে অবড়ো সুৰক্ষা সমিতিৰ সদস্য সকলে ।