বাক্সা, ২৩ ফেব্ৰুৱাৰীঃ বাক্সাৰ বাঁহবাৰীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। বিজেপি চৰকাৰে আদিবাসীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতাৰণা কৰাৰ প্ৰতিবাদতে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জুৱেল ওৰামৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।
বাক্সাত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ - aasa
প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ
baksa
উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে একমাত্ৰ বিপিএফ দলক সন্তুষ্ট কৰিবৰ বাবে ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক উত্থাপন নকৰি আদিবাসী জনগোষ্ঠীক প্ৰতাৰণা কৰা বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে।