অসম

assam

ETV Bharat / state

শ্বহীদ মনেশ্বৰ বসুমতাৰীক চি আৰ পি এফৰ গাৰ্ড অফ অনাৰ - Maneshwar Basumatary

বাক্সা জিলাৰ তামুলপুৰ কলবাৰীৰ গাঁৱৰ বীৰ সন্তান মনেশ্বৰ বসুমতাৰী

শ্বহীদ মনেশ্বৰ বসুমতাৰীক চি আৰ পি এফৰ গাৰ্ড অফ অনাৰ

By

Published : Mar 14, 2019, 6:56 PM IST

নিউজ ডেস্ক, 14 মাৰ্চ, বাক্সা : যোৱা 14 ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলাৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল 42 গৰাকীকৈ চি আৰ পি এফৰ জোৱান । তাৰে ভিতৰত অসমৰ বাক্সা জিলাৰ তামুলপুৰ কলবাৰীৰ গাঁৱৰবীৰ সন্তান মনেশ্বৰ বসুমতাৰী শ্বহীদ হৈছিল । আজি বীৰ শ্বহীদ গৰাকীৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হ’ল ৷ সেয়েহে আজি চি আৰ পি এফৰ শ্বিলংস্থিত কোৱাটাৰৰ সঞ্চালক প্ৰধান প্ৰকাশ ডিয়ে শ্বহীদ গৰাকীৰ বাসগৃত উপস্থিত হয় ।

শ্বহীদ মনেশ্বৰ বসুমতাৰীক চি আৰ পি এফৰ গাৰ্ড অফ অনাৰ

প্ৰথমে বড়ো ৰীতি নীতিৰে শ্বহীদ গৰাকীক অন্তেষ্টিক্ৰিয়া সথীত আৰোজ (প্ৰাৰ্থনা সভা) আয়োজন কৰা হয় অনুষ্ঠানতগোৰশ্বৰ চি আৰ এফৰ জোৱান আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details