বাক্সাৰ বকুৱাত গড়ৰৰ মুক্ত বিচৰন
বাক্সা জিলাৰ মুছলপুৰৰ নিকটৱৰ্তী বকুৱাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গঁড়ে প্ৰৱেশ কৰাৰ লগে লগে আতংকৰ সৃষ্টি হয় অঞ্চলটোত । জনাঞ্চলত পুৱা গঁড়টো দেখি স্থানীয় ৰাইজে গঁড়টো নিৰাপদ স্থানলৈ খেদিবৰ বাবে বন বিভাগক খবৰ দিয়ে ৷