- অলিম্পিকৰ ছেমি ফাইনেলত পৰাজিত হ’ল ভাৰতীয় পুৰুষ হকী দল
- বেলজিয়ামৰ বিৰুদ্ধে খেলপথাৰত নামিছিল ভাৰত
- বেলজিয়ামে 5-2ৰ ব্যৱধানত পৰাজিত কৰে ভাৰতক
- ভাৰতৰ হৈ গ’ল দুটা প্ৰদান কৰে মনদ্বীপ সিঙ আৰু হৰমনপ্ৰীত সিঙে
- এতিয়া পৰৱৰ্তী মেছত ব্ৰঞ্জৰ পদকৰ বাবে যুঁজত নামিব ভাৰত
- আজি বিয়লি দ্বিতীয়খন ছেমি ফাইনেলত মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু জাৰ্মানী
অলিম্পিকত স্বৰ্ণ জয়ৰ স্বপ্ন ভংগ হ’ল ভাৰতীয় পুৰুষ হকী দলৰ - হৰমনপ্ৰীত সিং
মঙলবাৰে টকিঅ’ অলিম্পিকৰ (Tokyo Olympics) পুৰুষ হকীৰ ছেমি ফাইনেলত বেলজিয়ামৰ হাতত 5-2ৰ ব্যৱধানত পৰাজিত হ’ল ভাৰতৰ ৷

অলিম্পিকত স্বৰ্ণ জয়ৰ স্বপ্ন ভংগ হ’ল ভাৰতীয় পুৰুষ হকী দলৰ