অসম

assam

ETV Bharat / sports

ইউএছ অ'পেন : চতুৰ্থ ৰাউণ্ডত নাডাল - ইউএছ অ'পেনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ নাডালৰ

শনিবাৰে ৰাফেল নাডালে ইউএছ অ'পেনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে ৷ তৃতীয় ৰাউণ্ডৰ যুঁজত নাডালে চুং হেয়নক 6-3, 6-4, 6-2 ছেটত পৰাস্ত কৰে ৷ বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানৰ নাডালে আক্ৰমণাত্মক প্ৰদৰ্শন আগবঢ়াই প্ৰতিপক্ষক পৰাস্ত কৰিবলৈ সক্ষম হয় ৷

ইউএছ অ'পেন : চতুৰ্থ ৰাউণ্ডত নাডাল

By

Published : Sep 1, 2019, 6:17 PM IST

স্পৰ্টছ ডেস্ক, 1 ছেপ্তেম্বৰ : শনিবাৰে ৰাফেল নাডালে ইউএছ অ'পেনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে ৷ তৃতীয় ৰাউণ্ডৰ যুঁজত নাডালে চুং হেয়নক 6-3, 6-4, 6-2 ছেটত পৰাস্ত কৰে ৷ বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানৰ নাডালে আক্ৰমণাত্মক প্ৰদৰ্শন আগবঢ়াই প্ৰতিপক্ষক পৰাস্ত কৰিবলৈ সক্ষম হয় ৷

ইউএছ অ'পেন : চতুৰ্থ ৰাউণ্ডত নাডাল

এই জয়ৰ পাছতে নাডালে মন্তব্য কৰে, "আকৌ এবাৰ চতুৰ্থ ৰাউণ্ডলৈ উন্নীত হ'বলৈ পাই মই যথেষ্ট
সুখী ৷ এই ক'ৰ্ট খন অনন্য আৰু বিশেষ যিহেতু দৰ্শক সকলৰ সমৰ্থন মই উপভোগ কৰো ৷"

দ্বিতীয় ছেটত চুং হেয়নে কিছু প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সক্ষম হৈছিল যদিও অন্তিম ছেটত 2-6 ত পৰাজয়েৰে প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় ৷

ABOUT THE AUTHOR

...view details