নিউজ ডেস্ক, ১০ মাৰ্চ: এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহিলা ফুটবল দলৰ সমৰ্থনত ছেৰেনা উইলিয়ামছ্ । টেনিছ জগতৰ জ্যেষ্ঠ খেলুৱৈগৰাকীয়ে ফুটবল দলটোৰ সমৰ্থন জনাই কয় যে, মহিলা ফুটবল দলটোৱেও পুৰুষ দলটোৰ সমানে বেতন পোৱা উচিত ।
ইউ.এছ মহিলা ফুটবল দলৰ সমৰ্থনত ছেৰেনা - ETV BHARAT
এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহিলা ফুটবল দলৰ সমৰ্থনত ছেৰেনা উইলিয়ামছ্ । টেনিছ জগতৰ জ্যেষ্ঠ খেলুৱৈগৰাকীয়ে ফুটবল দলটোৰ সমৰ্থন জনাই কয় যে, মহিলা ফুটবল দলটোৱেও পুৰুষ দলটোৰ সমানে বেতন পোৱা উচিত ।
SERENA WILLIAMS
উল্লেখ্য যে, আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা ইউ.এছ মহিলা ফুটবল দলটোৱে "ইউ. এছ ছকাৰ ফেডাৰেচন"ৰ বিৰুদ্ধে লিঙ্গ বৈষম্যৰ অভিযোগ আনি কৈছিল যে পুৰুষ ফুটবল দলটোৰ সমানে তেওঁলোকৰ দলটোৱেও মাহিলী বেতন পোৱা উচিত ।