স্পৰ্টছ ডেস্ক, 24 জানুৱাৰীঃ অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ হ’ল 24 বাৰৰ গ্ৰেণ্ডশ্লাম বিজয়ী ছেৰেনা উইলিয়ামছ ৷ ছেৰেনাৰ অষ্টমটো অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ জয়ৰ সপোন ৰুদ্ধ কৰিলে চীনৰ খেলুৱৈ কিয়াং ৱাং (Qiang Wang) য়ে ৷
অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ ছেৰেনা উইলিয়ামছ - Qiang Wang beat serena williams
সমাপ্ত 24 বাৰৰ গ্ৰেণ্ডশ্লাম বিজয়ী ছেৰেনা উইলিয়ামছৰ অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা যাত্ৰা ৷ চীনৰ খেলুৱৈৰ হাতত পৰাস্ত হৈ টুৰ্ণামেণ্টৰ পৰা বাহিৰ ছেৰেনা উইলিয়ামছ ৷
অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ ছেৰেনা উইলিয়ামছ
শুকুৰবাৰৰ ৰ’ড লেভৰ এৰেণাত অনুষ্ঠিত হোৱা 2 ঘণ্টা 40 মিনিটলৈ চলা মেচখনত6-4, 6-7(7-2), 7-5 ছেটত জয়ী হয় চীনৰ খেলুৱৈগৰাকী ৷ উল্লেখ্য যে, 2017 চনৰ মেলৱৰ্ণত শেষবাৰৰ বাবে গ্ৰেণ্ডশ্লাম খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল ছেৰেনাই ৷
- লগতে চাওক- অকলেণ্ড টি-20: 6 উইকেটত বৃহৎ জয় ভাৰতৰ