অসম

assam

By

Published : May 20, 2019, 12:32 PM IST

ETV Bharat / sports

নাডালৰ দখলত নৱম ইটালিয়ান অ'পেন: ফাইনেলত ধৰাশায়ী জ'ক'ভিজ

ইটালিয়ান অ'পেন, 2019ৰ খিতাপ দখল কৰিছে স্পেইনৰ টেনিছ তাৰকা ৰাফেল নাডালে ৷ এই যুঁজত তেওঁ ছাৰ্বিয়াৰ টেনিছ তাৰকা ন'ভাক জ'ক'ভিজক পৰাস্ত কৰে ৷

নাডালৰ দখলত নৱম ইটালিয়ান অ'পেন

নিউজ ডেস্ক, 20 মে': স্পেইনৰ টেনিছ তাৰকা ৰাফেল নাডালৰ দখলত ইটালিয়ান অ'পেন, 2019ৰ খিতাপ ৷ দেওবাৰে ৰোমত অনুষ্ঠিত ফাইনেল মেচত নাডালৰ হাতত ধৰাশায়ী হয় ছাৰ্বিয়াৰ টেনিছ তাৰকা তথা বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থানৰ ন'ভাক জ'ক'ভিজ ৷ প্ৰথমটো ছেটৰ পৰাই আক্ৰমণাত্মক ৰূপত খেলিবলৈ আৰম্ভ কৰা নাডালে 6-0,4-6,6-1ছেটত জ'ক'ভিজক পৰাস্ত কৰে ৷

নাডালৰ দখলত নৱম ইটালিয়ান অ'পেন

উল্লেখ্য যে, এই পদক তাৰকা গৰাকীৰ জীৱনৰ 81 সংখ্যক খিতাপ আৰু নৱম ইটালিয়ান অ'পেন খিতাপ ৷

নাডালৰ দখলত নৱম ইটালিয়ান অ'পেন

ABOUT THE AUTHOR

...view details