স্পৰ্টছ ডেস্ক,13আগষ্ট :সোমবাৰে জাপানৰ নাওমি অ'ছাকাই ডব্লিউ টি এ ৰেংকিঙৰ শীৰ্ষস্থান পুনৰ লাভ কৰিবলৈ সক্ষম হয় ৷ এছলে' বাৰ্টিয়ে অ'ছাকাৰ পৰা শীৰ্ষস্থান কাঢ়ি লৈছিল যদিও অ'ছাকাই পুনৰ 6417 পইন্ট সংগ্ৰহেৰে এই স্থান দখল কৰে ৷
ডব্লিউ টি এ ৰেংকিং:শীৰ্ষ স্থানত অ'ছাকা - ETV BHARAT
ডব্লিউ টি এ ৰেংকিঙৰ শীৰ্ষস্থান পুনৰ লাভ কৰিলে জাপানৰ নাওমি অ'ছাকাই ৷
![ডব্লিউ টি এ ৰেংকিং:শীৰ্ষ স্থানত অ'ছাকা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4126726-thumbnail-3x2-os-2.jpg)
ডব্লিউ টি এ ৰেংকিং : শীৰ্ষ স্থানত অ'ছাকা
অ'ছাকাৰ পাছতে 6256 পইন্টেৰে দ্বিতীয় স্থানত আছে এছলে' বাৰ্টি আৰু 6185 পইন্টেৰে তৃতীয় স্থানত আছে কেৰোলিনা প্লিছক'ভা ৷