মিয়ামী অ’পেনৰ ছেমিফাইনেলত ৰ’জাৰ ফেডেৰৰ - ৰ’জাৰ ফেডেৰৰ
দক্ষিণ আফ্ৰিকাৰ কেবিন এণ্ডাৰচনক 6-0, 6-4 ছেটত পৰাস্ত কৰি মিয়ামী অ’পেনৰ ছেমিফাইনেলত প্ৰৱেশ তিনিবাৰৰ মিয়ামী চেম্পিয়ন ৰ’জাৰ ফেডেৰৰ ৷

মিয়ামী অ’পেনৰ ছেমিফাইনেলত ৰ’জাৰ ফেডেৰৰ
স্পৰ্টছ ডেস্ক, 29 মাৰ্চঃ মিয়ামী অ‘পেনত সুন্দৰ খেলৰ প্ৰদৰ্শনেৰে ছেমিফাইনেলত স্থান লাভ ছুইজাৰলেণ্ডৰ তাৰকা খেলুৱৈ ৰ’জাৰ ফেডেৰৰ ৷
মিয়ামী অ’পেনৰ ছেমিফাইনেলত ৰ’জাৰ ফেডেৰৰ