নিউজ ডেস্ক, ২৩ ফেব্ৰ্ুৱাৰী: "ডেভিচ কাপৰ বাবে নিসন্দেহে পাকিস্তান ভ্ৰমণত ভাৰতীয় দল" এই ঘোষণা অখিল ভাৰতীয় টেনিছ সংঘ চমুকৈ এ আই টি এৰ । তাৰোপৰি ষ্ঠানৰ সালসলনিৰ বাবেও বৰ্তমানলৈকে অনুৰোধ জনোৱা নাই বুলি জনায় এ আই টি এৰ মহাসচিব হিৰণ্ময় চেটাৰ্জীয়ে । শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ বাবে ছেপ্তেম্বৰত আৰম্ভ হ'ব লগা খেলখনৰ অনুমান ফেব্ৰ্ুৱাৰীতে কৰিব পৰা নাযাব বুলিও জনাই চেটাৰ্জীয়ে ।
পাক ভ্ৰমণত ভাৰতৰ ডেভিচ কাপ দল!
পুলৱামা কাণ্ডৰ পাছত প্ৰথমবাৰৰ বাবে পাকিস্তান ভ্ৰমণত ভাৰতীয় দল
ETV BHARAT
উল্লেখ্য যে, ১৪ ফেব্ৰ্ুৱাৰীত সংঘটিত হোৱা পুলৱামা কাণ্ডৰ পাছত ভাৰতে পাকিস্তানৰ ভূমিত খেলিবলৈ অস্বীকাৰ কৰিব বুলি সকলোৱে অনুমান কৰিছিল ।