অসম

assam

ETV Bharat / sports

এটিপি প্ৰতিযোগিতাত ফাইনেলত নভাক ড'জকুভিক

টিপি প্ৰতিযোগিতাত ফাইনেলত দানিল মেডভৱেডভ, আলেকজেণ্ডাৰ জেৰেভ আৰু ডিয়েগো স্ৱাৰ্টচমেনৰ সৈতে একেটা গ্ৰুপতে খেলিব নভাক ড'জকুভিকে ৷ 33 বছৰীয়া ড'জকুভিক বিগত 5 বাৰকৈ বিজয়ী আছিল এটিপিৰ প্ৰতিযোগিতাৰ ৷

Djokovic drawn with Zverev, Medvedev at ATP Finals
এটিপি প্ৰতিযোগিতাত ফাইনেলত নভাক ড'জকুভিক

By

Published : Nov 13, 2020, 1:42 PM IST

নিউজ ডেস্ক, 13 নৱেম্বৰঃ আগন্তক এটিপি প্ৰতিযোগিতাত ফাইনেলত দানিল মেডভৱেডভ, আলেকজেণ্ডাৰ জেৰেভ আৰু ডিয়েগো স্ৱাৰ্টচমেনৰ সৈতে একেটা গ্ৰুপতে খেলিব নভাক ড'জকুভিকে ৷ 33 বছৰীয়া ড'জকুভিক বিগত 5 বাৰকৈ বিজয়ী আছিল এটিপিৰ প্ৰতিযোগিতাৰ ৷

সেয়েহে লণ্ডনত হ'বলগীয়া এই প্ৰতিযোগিতাত ষষ্ঠ বাৰৰ বাবে জয়ৰ চেষ্টা চলাব ড'জকুভিকে ৷ উল্লেখ্য যে, পুৰুষৰ চুড়ান্ত টেনিজ সংস্কৰণ নৱেম্বৰৰ 15 ৰ পৰা 22 তাৰিখলৈকে অনুষ্ঠিত হ'ব ৷

লগতে পঢ়কঃ ভাৰতৰ COVID-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 87.28 লাখলৈ

ABOUT THE AUTHOR

...view details