অসম

assam

By

Published : Jan 28, 2020, 1:54 PM IST

ETV Bharat / sports

অষ্ট্ৰেলিয়ান অ’পেনঃ ছেমি ফাইনেলত এশ্লে বাৰ্টী আৰু ছ’ফিয়া কেনিন

পেত্ৰা কভিট’ভা পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমি ফাইনেলত প্ৰেৱশ এশ্লে বাৰ্টীৰ ৷ ইপিনে জাবেৰক পৰাস্ত কৰি ছেমিফাইনেলত স্থান লাভ ছেফিয়া কেনিনৰ ৷

অষ্ট্ৰেলিয়ান অ’পেনঃ ছেমি ফাইনেলত এশ্লে বাৰ্টী আৰু ছ’ফিয়া কেনিন
অষ্ট্ৰেলিয়ান অ’পেনঃ ছেমি ফাইনেলত এশ্লে বাৰ্টী আৰু ছ’ফিয়া কেনিন

স্পৰ্টছ ডেস্ক, 28 জানুৱাৰীঃ

পেত্ৰা কভিট’ভা বনাম এশ্লে বাৰ্টী

মঙলবাৰে পেত্ৰা কভিট’ভাক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমিফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হয় বিশ্বৰ 1 নম্বৰ মহিলা খেলুৱৈ এশ্লে বাৰ্টীয়ে ৷

ছেমি ফাইনেলত এশ্লে বাৰ্টী

মেচখনত চেক গণৰাজ্যৰ খেলুৱৈগৰাকীক 7-6(8/6), 6-2 ছেটত পৰাস্ত কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী মেচত ছ’ফিয়া কেনিনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব এশ্লে বাৰ্টী ৷

ছেমি ফাইনেলত ছ’ফিয়া কেনিন

ইপিনে অন্য এখন মেচত ট্যুনীছিয়াৰ অ’নেছ জাবেৰক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে গ্ৰেণ্ডশ্লাম ছেমিফাইনেলত প্ৰৱেশ কৰে ছ’ফিয়া কেনিনে ৷ 6-4, 6-4 ছেটত জয় লাভ কৰি এই সফলতা লাভ কৰিবলৈ সক্ষম হয় কেনিনে ৷

ছ’ফিয়া কেনিন বনাম জাবেৰ

ABOUT THE AUTHOR

...view details