অসম

assam

ETV Bharat / sports

ৰোম ৰেংকিঙ ছিৰজত স্বৰ্ণ অৰ্জন বিনেশ ফোগাটৰ

53 কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন ভাৰতীয় মল্লযুঁজাৰু বিনেশৰ ৷ ইকোৱেডৰৰ খেলুৱৈক পৰাস্ত কৰি ৰোম ৰেংকিঙ ছিৰজত এই সফলতা ভাৰতীয় খেলুৱৈগৰাকীৰ ৷

By

Published : Jan 18, 2020, 2:45 PM IST

ৰোম ৰেংকিঙ ছিৰজত স্বৰ্ণ অৰ্জন বিনেশ ফোগাটৰ
ৰোম ৰেংকিঙ ছিৰজত স্বৰ্ণ অৰ্জন বিনেশ ফোগাটৰ

স্পৰ্টছ ডেস্ক, 18 জানুৱাৰীঃৰোম ৰেংকিঙ ছিৰজৰ মল্লযুঁজ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাটৰ ৷ ইকোৱেডৰৰ লুইচা এলিজাৱেথ ৱালৱৰ্ডে ৱেলভেৰডেক (Luisa Elizabeth Valverde) পৰাস্ত কৰি এই পদক অৰ্জন কৰিবলৈ সময় হয় বিনেশ ফোগাটে ৷ ফাইনেল মেচখনত 4-0 ব্যৱধানত জয় লাভ কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে ৷ ইয়াৰ লগে লগে 2020 বৰ্ষৰ প্ৰথমটো স্বৰ্ণ পদক হৈছে বিনেশৰ ৷

অংশু মালিক

ছেমিফাইনেলত চীনৰ প্ৰতিদ্বন্দিক 4-2 ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল বিনেশে ৷ অন্যহাতে 57 কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰে অংশু মালিকে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details