অসম

assam

ETV Bharat / sports

সাঁতোৰত সোণৰ পদক লাভ পশ্চিমবংগৰ স্বাদেশৰ - পশ্চিমবংগৰ স্বাদেশ

সাঁতোৰৰ ল’ৰাৰ 17 বছৰৰ অনুৰ্ধৰ 400 মিটাৰত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় পশ্চিমবংগৰ স্বাদেশ মণ্ডলে ৷ সাঁতোৰত সৰুৰে পৰা আগ্ৰহী স্বাদেশে অধ্যয়নৰ সামন্তৰালকৈ অব্যাহত ৰাখিছে অনুশীলন ৷

west bengal's swadesh mandal got gold in swimming
সাঁতোৰত সোণৰ পদক লাভ পশ্চিমবংগৰ স্বাদেশৰ

By

Published : Jan 18, 2020, 6:54 PM IST

গুৱাহাটী,18 জানুৱাৰীঃ খেল’ ইণ্ডিয়া য়ুথ গেমছৰ তৃতীয় সংস্কৰণত সাঁতোৰত সোণৰ পদক লাভ পশ্চিমবংগৰ স্বাদেশৰ ৷ সাঁতোৰৰ ল’ৰাৰ 17 বছৰৰ অনুৰ্ধৰ 400 মিটাৰত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় পশ্চিম বংগৰ স্বাদেশ মণ্ডলে ৷ সাঁতোৰত সৰুৰে পৰা আগ্ৰহী স্বাদেশে অধ্যয়নৰ সামন্তৰালকৈ অব্যাহত ৰাখিছে অনুশীলন ৷

সাঁতোৰত সোণৰ পদক লাভ পশ্চিমবংগৰ স্বাদেশৰ

খেল’ ইণ্ডিয়াত অংশগ্ৰহণ কৰি আনন্দ প্ৰকাশ কৰে স্বৰ্ণজয়ী স্বাদেশে ৷ নিজৰ এই সাফল্যৰক আৰত প্ৰশিক্ষক আৰু পৰিয়ালৰ সহায় সহযোগিতাৰ কথা ব্যক্ত কৰে স্বদেশে ৷ আনহাতে,উক্ত শাখাত কৰ্ণাটকৰ আনিছ গোডা ৰূপ আৰু কাল্প বোৰাই লাভ কৰে ব্ৰঞ্জৰ পদক ৷

আৰু পঢ়ক-কামৰূপত বিয়াৰ দিনাই নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰুদ্ধে প্ৰতিবাদ দৰা-কইনাৰ

ABOUT THE AUTHOR

...view details