অসম

assam

ETV Bharat / sports

স্পৰ্টছ কেলেণ্ডাৰ 2020 - ক্ৰীড়াক্ষেত্ৰত বিশ্বৰ মুখ্য ইভেন্টছ

ভাৰতীয় ক্ৰীড়াজগতৰ বাবে 2019 বৰ্ষ আছিল মিশ্ৰিত ৷ নতুন বৰ্ষত ক্ৰীড়াজগতত কি কি মুখ্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব চাওক সম্পূৰ্ণ তালিকা-

স্পৰ্টছ কেলেণ্ডাৰ 2020
স্পৰ্টছ কেলেণ্ডাৰ 2020

By

Published : Jan 1, 2020, 7:28 PM IST

স্পৰ্টছ ডেস্ক, 1 জানুৱাৰীঃএই বৰ্ষৰ জুলাই মাহত অনুষ্ঠিত হ'ব ক্ৰীড়াজগতৰ বহু মিশ্ৰিত খেলৰ সমাহাৰ ঘটা অলিম্পিক গেমছ ৷ টকিঅ'ত অহা 24 জুলাইৰ পৰা আয়োজন হ'ব এই প্ৰতিযোগিতা ৷ য'ত ভাৰতৰ লক্ষ্য হ'ব ৰিঅ' অলিম্পিকতকৈ সুন্দৰ প্ৰদৰ্শন কৰা ৷

ইপিনে বিশ্ব ক্ৰিকেটত এই বৰ্ষত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব মহিলা টি-20 বিশ্বকাপৰ লগতে পুৰুষ টি-20 বিশ্বকাপ ৷ ফেব্ৰুৱাৰী মাহৰ পৰা মহিলা টি-20 বিশ্বকাপ আৰম্ভ হোৱাৰ বিপৰীতে অক্টোবৰ-নৱেম্বৰ মাহত আৰম্ভ হ'ব পুৰুষ টি-20 বিশ্বকাপ ৷

ক্ৰীড়াক্ষেত্ৰত বিশ্বৰ মুখ্য ইভেন্টছ সমূহঃ

  • মহিলা টি-20 বিশ্বকাপ (অষ্ট্ৰেলিয়াত)-21 ফেব্ৰুৱাৰী পৰা 8 মাৰ্চলৈ
  • ইউৰো 2020 (12 খন দেশত)- 12 জুনৰ পৰা 12 জুলাইলৈ
  • টকিঅ' অলিম্পিক (জাপানত)- 24 জুলাইৰ পৰা 9 আগষ্টলৈ
  • পেৰা অলিম্পিক (টকিঅ'ত)- 25 আগষ্টৰ পৰা ছেপ্তেম্বৰ 6 লৈ
  • পুৰুষ টি-20 বিশ্বকাপ (অষ্ট্ৰেলিয়াত)- 18 অক্টোবৰৰ পৰা 15 নৱেম্বৰলৈ

ভাৰতীয় ক্ৰিকেট দলৰ সূচীঃ

  • শ্ৰীলংকাৰ বিৰুদ্ধে-5-10 জানুৱাৰীলৈ টি-20 শৃংখলা (ঘৰত)
  • অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে-14-19 জানুৱাৰীলৈ এদিনীয়া শৃংখলা (ঘৰত)
  • নিউজিলেণ্ডৰ বিৰুদ্ধে- 24 জানুৱাৰীৰ পৰা 4 মাৰ্চলৈ 5 খন টি-20, 3 খন এদিনীয়া, 2 খন টেষ্ট (বিদেশত)
  • দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে-12-18 মাৰ্চলৈ 3 খন এদিনীয়া (ঘৰত)
  • আই পি এল-মাৰ্চৰ পৰা মে' মাহলৈ
  • এছিয়া কাপ-ছেপ্তেম্বৰত (বিদেশত)
  • টি-20 বিশ্বকাপ (অষ্ট্ৰেলিয়াত)-অক্টোবৰৰ পৰা নৱেম্বৰলৈ
  • অষ্ট্ৰেলিয়া ভ্ৰমণ-নৱেম্বৰৰ পৰা জানুৱাৰীলৈ (বিদেশত)

ভাৰতীয় মহিলা ক্ৰিকেটৰ সূচীঃ

  • ত্ৰিদেশীয় শৃংখলা (ভাৰত, ইংলেণ্ড, অষ্ট্ৰেলিয়া )-31 জানুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীলৈ অষ্ট্ৰেলিয়াত
  • টি-20 বিশ্বকাপ-21 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চলৈ (অষ্ট্ৰেলিয়াত)

ফুটবলঃ

  • আই এছ এল ফাইনেল- 8 মাৰ্চ
  • আই লীগ ফাইনেল- 5 এপ্ৰিল
  • লা-লীগা ফাইনেল মেচ- 24 মে'
  • Serie A ফাইনেল মেচ- 24 মে'
  • চেম্পিয়নছ লীগ ফাইনেল- 31 মে'
  • প্ৰেমিয়াৰ লীগ 2019-20 ফাইনেল মেচ- 17 মে'

বিশ্বকাপ কোৱালিফায়াৰছঃ

  • ভাৰত বনাম কাটাৰ, 26 মাৰ্চ
  • ভাৰত বনাম বাংলাদেশ, 4 জুন
  • ভাৰত বনাম আফগানিস্তান, 9 জুন

হকীঃ

  • প্ৰ' লীগ- 18 জানুৱাৰীৰ পৰা 28 জুনলৈ
  • ভাৰত বনাম নেদাৰলেণ্ড- জানুৱাৰী 18, 19
  • ভাৰত বনাম বেলজিয়াম-ফেব্ৰুৱাৰী 8, 9
  • ভাৰত বনাম অষ্ট্ৰেলিয়া-ফেব্ৰুৱাৰী 21, 22
  • ভাৰত বনাম জাৰ্মানী-এপ্ৰিল 25, 26
  • ভাৰত বনাম নিউজিলেণ্ড- মে' 23, 24
  • ভাৰত বনাম আৰ্জেণ্টিনা-জুন 5, 6
  • ভাৰত বনাম স্পেইন-জুন 13, 14

টেনিছঃ

  • এটিপি কাপ- 3 ৰ পৰা 12 জানুৱাৰীলৈ
  • অষ্ট্ৰেলিয়ান অ'পেন-20 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈ
  • ফ্ৰেন্স কাপ-24 মে'ৰ পৰা 7 জুনলৈ
  • উইম্বলডন- 29 জুনৰ পৰা 12 জুলাই লৈ
  • ইউ এছ অ'পেন- 31 আগষ্টৰ পৰা 13 ছেপ্তেম্বৰলৈ
  • লিভাৰ কাপ-25 ৰ পৰা 27 ছেপ্তেম্বৰলৈ
  • ডেভিছ কাপ কোৱালিফায়াৰ-ভাৰত বনাম ক্ৰৱেচিয়া মাৰ্চ 6,7
  • ডেভিছ কাপ ফাইনেল- 23 ৰ পৰা 29 নৱেম্বৰলৈ

বেডমিণ্টনঃ

  • মালয়েছিয়া মাষ্টাৰ্ছ- 7 ৰ পৰা 12 জানুৱাৰীলৈ
  • ইণ্ডোনেছিয়া মাষ্টাৰ্ছ- 14 ৰ পৰা 19 জানুৱাৰীলৈ
  • এছিয়ান টিম চেম্পিয়নশ্বিপ (ছিংগাপুৰ)-11 ৰ পৰা 16 ফেব্ৰুৱাৰীলৈ
  • অল ইংলেণ্ড অ'পেন 2020-11 ৰ পৰা 15 মাৰ্চলৈ
  • ইণ্ডিয়া অ'পেন-24 ৰ পৰা 29 মাৰ্চলৈ
  • মালয়েছিয়া অ'পেন- 31 মাৰ্চৰ পৰা 5 এপ্ৰিললৈ
  • ছিংগাপুৰ অ'পেন-7 ৰ পৰা 12 এপ্ৰিললৈ
  • থমাছ এণ্ড উবাৰ কাপ-16 ৰ পৰা 24 মে'লৈ
  • থাইলেণ্ড অ'পেন- 9 ৰ পৰা 14 জুনলৈ
  • ইণ্ডোনেছিয়া অ'পেন-16 ৰ পৰা 21 জুনলৈ
  • টকিঅ' অলিম্পিকছ গেমছ-25 জুলাইৰ পৰা 3 আগষ্টলৈ
  • কোৰিয়া অ'পেন-8 ৰ পৰা 13 ছেপ্তেম্বৰলৈ
  • চীন অ'পেন- 15 ৰ পৰা 20 ছেপ্তেম্বৰলৈ
  • জাপান অ'পেন- 22 ৰ পৰা 21 ছেপ্তেম্বৰলৈ
  • বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ-5 ৰ পৰা 11 অক্টোবৰলৈ
  • ডেনমাৰ্ক অ'পেন- 13 ৰ পৰা 18 অক্টোবলৈ
  • ফ্ৰান্স অ'পেন- 20 ৰ পৰা 25 অক্টোবলৈ
  • ফুজ'হ চীন অ'পেন- 3 ৰ পৰা 11 নৱেম্বৰলৈ
  • ৱল্ড ট'ৰ ফাইনেলছ- 9 ৰ পৰা 13 ডিচেম্বৰলৈ

ফৰ্মুলা ৱানঃ

  • অষ্ট্ৰেলিয়ান গ্ৰাণ্ড প্ৰিক্স- মাৰ্চ 15
  • বাহৰেইন গ্ৰাণ্ড প্ৰিক্স-মাৰ্চ 22
  • চাইনিছ গ্ৰাণ্ড প্ৰিক্স-19 এপ্ৰিল
  • স্পেনিছ গ্ৰাণ্ড প্ৰিক্স- 10 মে'
  • কানাডিয়ান গ্ৰাণ্ড প্ৰিক্স- জুন 14
  • ফেন্স গাণ্ড প্ৰিক্স- জুন 28
  • অষ্ট্ৰিয়ান গাণ্ড প্ৰিক্স- জুলাই 5
  • বেলজিয়াম গাণ্ড প্ৰিক্স- আগষ্ট 30
  • ইটালিয়ান গাণ্ড প্ৰিক্স-ছেপ্তেম্বৰ 6
  • ছিংগাপুৰ গাণ্ড প্ৰিক্স-ছেপ্তেম্বৰ 20
  • ইউএছএ গাণ্ড প্ৰিক্স-25 অক্টোবৰ
  • ব্ৰাজিলিয়ান গাণ্ড প্ৰিক্স- 15 নৱেম্বৰ
  • আবু ধাবি গাণ্ড প্ৰিক্স- 29 নৱেম্বৰ

মল্লযুঁজঃ

  • এছিয়ান চেম্পিয়নশ্বিপ (নতুন দিল্লী)- 18 ৰ পৰা 23 ফেব্ৰুৱাৰীলৈ
  • এছিয়ান অলিম্পিক কোৱালিফায়াৰ (চীন)- 27 ৰ পৰা 29 মাৰ্চলৈ

লগতে চাওক- 'নৱবৰ্ষ'ৰ শুভেচ্ছা ক্ৰীড়াবিদসকলৰ

ABOUT THE AUTHOR

...view details