অসম

assam

ETV Bharat / sports

ইণ্ডিয়া অ'পেন : ছেমি ফাইনেলত শিৱ থাপা

চাৰিবাৰৰ এছিয়ান বক্সিং চেম্পিয়নৰ পদক দখলকাৰী ভাৰতীয় বক্সাৰ শিৱ থাপাই ইণ্ডিয়া অ'পেন বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । ছেমি ফাইনেলৰ যুঁজত তেওঁ মৰিচাছৰ হেলিন ডাইমিনক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে ।

By

Published : May 22, 2019, 8:17 PM IST

ইণ্ডিয়া অ'পেন : ছেমি ফাইনেলত শিৱ থাপা

গুৱাহাটী, ২২ মে': দ্বিতীয় ইণ্ডিয়া অ'পেন আন্তৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে বক্সাৰ শিৱ থাপাই । প্ৰতিযোগিতাৰ ৬০ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেল মেচত অসমৰ শিৱ থাপাই মৰিচাছৰ হেলিন ডাইমিনক ৫ - ০ ৰ ব্যৱধানত পৰাস্ত কৰে ।

ইণ্ডিয়া অ'পেন : ছেমি ফাইনেলত শিৱ থাপা

এই জয়েৰে শিৱ থাপাই চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে ।

ABOUT THE AUTHOR

...view details