স্পৰ্টছ ডেস্ক, 31 মে’ : এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ চূড়ান্ত মেচত সোমবাৰে 68 কেজিত পৰাজয়বৰণ কৰি ৰূপৰ পদক লাভ কৰে বক্সাৰ শিৱ থাপাই ৷ থাপাই 2-3 গ’লৰ ব্যৱধানত মংগোলিয়াৰ বাতাৰচুখ চিঞ্জোৰিগৰ হাতত পৰাজিত হয় ৷
এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত শিৱ থাপাৰ পৰাজয় - এছিয়ান বক্সিং চেম্পিয়নশ্বিপ
এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ চূড়ান্ত মেচত পৰাজয়বৰণ বক্সাৰ শিৱ থাপা আৰু অমিত পাংঘাল ৷ 2-3 গ’লৰ ব্যৱধানত পৰাজিত দুয়োগৰাকী বক্সাৰ ৷
শিৱ থাপাৰ পৰাজয়
আনহাতে একে গ’লৰ ব্যৱধানত 52 কেজিত ডিফেণ্ডিং চেম্পিয়ন অমিত পাংঘালে উজবেকিস্তানৰ নেমেচিছ শ্বাখোবিদিন জৈৰভৰ হাতত পৰাজিত হয় ৷
লগতে পঢ়ক :মিজোৰামত এএছএফৰ সংহাৰ: মৃত্যু 4832 টা গাহৰিৰ