স্পৰ্টছ ডেস্ক, 9 নৱেম্বৰ: ভাৰতীয় ক্ৰীড়া প্ৰেমীলৈ সুখবৰ ৷ 2020 বৰ্ষৰ টকিঅ’ পেৰা অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় এথলীট সন্দীপ চৌধুৰী আৰু সুমিত অন্তিলৰ ৷ পুৰুষৰ জেভেলীন থ্ৰ’ৰ 64 কেজি শাখাত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় দুই ভাৰতীয় এথলীটে ৷
টকিঅ’ পেৰা অলিম্পিকলৈ যোগ্যতা অৰ্জন সন্দীপ,সুমিতৰ - টকিঅ’ পেৰা অলিম্পিকলৈ যোগ্যতা অৰ্জন সন্দীপ,সুমিতৰ
টকিঅ’ পেৰা অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় এথলীট সন্দীপ চৌধুৰী আৰু সুমিত অন্তিলৰ ৷
![টকিঅ’ পেৰা অলিম্পিকলৈ যোগ্যতা অৰ্জন সন্দীপ,সুমিতৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5008360-1036-5008360-1573285050397.jpg)
টকিঅ’ পেৰা অলিম্পিকলৈ যোগ্যতা অৰ্জন সন্দীপ, সুমিতৰ
সন্দীপে পুৰুষৰ 64 কিলোগ্ৰাম শাখাত 65.80 মিটাৰ থ্ৰ’ কৰি যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে সুমীতে 62.88 মিটাৰ থ্ৰ’ কৰি টকিঅ’ পেৰা অলিম্পিকলৈ স্থান সুনিশ্চিত কৰে ৷