স্পৰ্টচ ডেস্ক, 25 জুলাই : হাংগেৰিত চলি থকা World Cadet Wrestling Championshipত স্বৰ্ণ পদক দখল ভাৰতীয় মল্লযুঁজাৰু প্ৰিয়া মালিকৰ ৷ মহিলাৰ 73 কেজি শাখাত বেলাৰুচৰ মল্লযোদ্ধা জেনীয়া পেটাপোভিছক 5-0ত পৰাস্ত কৰি স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হয় মালিকে ৷ চলিত টকিঅ’ অলিম্পিকত (Tokyo Olympic) ভাৰোত্তোলক মীৰাবাই চানুৰ ৰূপৰ পদক অৰ্জনৰ পিছতে প্ৰিয়া মলিকৰ এই সফলতাই গৌৰৱান্বিত কৰিছে দেশবাসীক ৷
World Cadet Wrestling Championshipত স্বৰ্ণ পদক লাভ মল্লযোদ্ধা প্ৰিয়া মালিকৰ - মল্লযোদ্ধা প্ৰিয়া মালিক
World Cadet Wrestling Championshipত মহিলাৰ 73 কেজি শাখাত বেলাৰুচৰ মল্লযোদ্ধা জেনীয়া পেটাপোভিছক 5-0ত পৰাস্ত কৰি স্বৰ্ণ পদক দখল কৰে ভাৰতীয় মল্লযোদ্ধা প্ৰিয়া মালিকে ৷

World Cadet Wrestling Championshipত স্বৰ্ণ পদক লাভ মল্লযুঁজাৰু প্ৰিয়া মালিকৰ
মালিকে ইতিমধ্যে 2019 বৰ্ষত পুনেত অনুষ্ঠিত খেলো ইণ্ডিয়া ক্ৰীড়া প্ৰতিযোগিতাতো স্বাৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷
লগতে পঢ়ক-Tokyo Olympics : বেডমিন্টনৰ একক শাখাত পি ভি সিন্ধুৰ প্ৰথম বিজয়