অসম

assam

ETV Bharat / sports

পাপুম পমা ৰিভাৰ ফেষ্টিভেলৰ উদ্ধোধনী কিৰেণ ৰিজিজুৰ - Papum Poma River Festival inaugurated by Kiren Rijiju

বৃহস্পতিবাৰৰ পৰা শুভাৰম্ভ হৈছে পাপুম পমা ৰিভাৰ ফেষ্টিভেল ৷ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়ে এই ফেষ্টিভেলৰ শুভাৰম্ভ কৰে ৷

উদ্ধোধনী কিৰেণ ৰিজিজুৰ
পাপুম পমা ৰিভাৰ ফেষ্টিভেল

By

Published : Jan 23, 2020, 8:38 PM IST

বিশ্বনাথ, 23 জানুৱাৰী : অৰুণাচল প্ৰদেশৰ পাপুম পমা জিলা তথা অসম অৰুণাচল সীমান্তৰ ৰামঘাটত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে পাপুম পমা ৰিভাৰ ফেষ্টিভেল ৷ অন্য বছৰৰ দৰে এই বছৰো অৰুণাচলৰ পাপুম পমাৰ যুৱক-যুৱতীসকলে এই ফেষ্টিভেলৰ আয়োজন কৰিছে ।

পাপুম পমা ৰিভাৰ ফেষ্টিভেল
পাপুম পমা ৰিভাৰ ফেষ্টিভেল
পাপুম পমা ৰিভাৰ ফেষ্টিভেল
পাপুম পমা ৰিভাৰ ফেষ্টিভেল

23 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগা এই ফেষ্টিভেলৰ শুভ উদ্বোধনী কৰে ‌কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক স্বতন্ত্ৰ ক্ৰীড়া যুৱ পৰিক্ৰমা মন্ত্ৰী কিৰণ ৰিজিজুয়ে । ইটিভি ভাৰতৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে, এই ফেষ্টিভেল একমাত্ৰ অৰুণাচলৰ বাবে নহয়, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও ৷

আৰু পঢ়ক : ভাস্কৰ গগৈক উষ্ম আদৰণি আমগুৰিবাসীৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details