অসম

assam

ETV Bharat / sports

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপঃ ছেমিফাইনেলত পৰাস্ত লাভলিনা বৰগোঁহাই

ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত পৰাস্ত লাভলিনা বৰগোঁহাই ৷ চীনৰ খেলুৱৈৰ হাতত পৰাস্ত লাভলিনা ৷

By

Published : Oct 12, 2019, 6:09 PM IST

Lovlina Borgohai lost in Semi Final World Womens Boxing Championship

  • বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত পৰাস্ত লাভলিনা বৰগোঁহাই
  • 69 কিলোগ্ৰাম শাখাত চীনৰ খেলুৱৈৰ হাতত পৰাস্ত লাভলিনা
  • ব্ৰঞ্জৰ পদক লাভ লাভলিনাৰ
  • চীনৰ প্ৰতিদ্বন্দী য়াং লিওৰ হাতত 2-3 ব্যৱধাত পৰাস্ত
  • প’লেণ্ডৰ খেলুৱৈ কোৰোলিনা ক’স্জেৱস্কাক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছিল লাভলিনাই
  • ধাৰাবাহিক তৃতীয়টো পদক অৰ্জন লাভলিনাৰ

ABOUT THE AUTHOR

...view details