পঞ্চম দিনৰ অন্তত খেল’ ইণ্ডিয়া য়ুথ গেমছৰ পদক তালিকা- - তৃতীয় সংখ্যক খেল’ ইণ্ডিয়া য়ুথ গেমছ 2020
গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয় সংখ্যক খেল’ ইণ্ডিয়া য়ুথ গেমছ 2020 ৰ পঞ্চম দিনাও পদক তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ ৷ ইপিনে ত্ৰয়োদশ স্থানৰ পৰা পুনৰ নিম্নগামী হ’ল অসম ৷
খেল’ ইণ্ডিয়া য়ুথ গেমছৰ পদক তালিকা
স্পৰ্টছ ডেস্ক, 15 জানুৱাৰীঃ খেল’ ইণ্ডিয়া য়ুথ গেমছৰ পদক তালিকা(পঞ্চম দিন 14-01-2020)
স্থান | ৰাজ্য | সোণ | ৰূপ | ব্ৰঞ্জ | মুঠ |
1 | মহাৰাষ্ট্ৰ | 26 | 31 | 50 | 107 |
2 | হাৰিয়ানা | 21 | 22 | 24 | 67 |
3 | দিল্লী | 17 | 10 | 17 | 44 |
4 | উত্তৰ প্ৰদেশ | 16 | 13 | 17 | 46 |
5 | কেৰালা | 12 | 3 | 10 | 25 |
6 | গুজৰাট | 10 | 10 | 13 | 33 |
7 | তামিল নাডু | 9 | 17 | 10 | 36 |
8 | মধ্য প্ৰদেশ | 9 | 8 | 9 | 26 |
9 | মণিপুৰ | 9 | 7 | 8 | 24 |
10 | ৰাজস্থান | 6 | 11 | 6 | 23 |
17 | অসম | 3 | 7 | 8 | 18 |