অসম

assam

ETV Bharat / sports

ইণ্ডিয়ান গ্ৰা-প্ৰিৰ ২০০ মিটাৰত হিমাৰ স্বৰ্ণ জয়

ইণ্ডিয়ান গ্ৰা-প্ৰিৰ ২০০ মিটাৰত হিমা দাসে স্বৰ্ণ পদক লাভ কৰিছে যদিও আগন্তুক টকিঅ' অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছে ।

By

Published : Feb 26, 2021, 9:55 AM IST

ইণ্ডিয়ান গ্ৰা-প্ৰিৰ ২০০ মিটাৰত হিমাৰ স্বৰ্ণ জয়
ইণ্ডিয়ান গ্ৰা-প্ৰিৰ ২০০ মিটাৰত হিমাৰ স্বৰ্ণ জয়

নিউজ ডেস্ক,26 ফেব্ৰুৱাৰী: পুনৰ স্বৰ্ণ পদক লাভ কৰিলে ধিং এক্সপ্ৰেছ হিমা দাসে ৷ ইণ্ডিয়ান গ্ৰা-প্ৰিৰ ২০০ মিটাৰত হিমা দাসে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখযোগ্য যে, ইণ্ডিয়ান গ্ৰা-প্ৰিৰ ২০০ মিটাৰত হিমা দাসে স্বৰ্ণ পদক লাভ কৰিছে যদিও আগন্তুক টকিঅ' অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছে । কিয়নো 200 মিটাৰ দৌৰ সম্পূৰ্ণ কৰিবলৈ হিমাই সময় লয় ২৩.৩১ ছেকেণ্ড । ইপিনে অলিম্পিকৰ যোগ্যতা অর্জনৰ বাবে নিৰ্ধাৰিত সময় আছিল ২২.৮০ ছেকেণ্ড ।

উল্লেখযোগ্য যে, তাৰ মাজতে শুকুৰবাৰে গুৱাহাটীৰ সৰু সজাইত অসম আৰক্ষীৰ উপ আৰক্ষী অধিক্ষকৰ নিযুক্তি পত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা গ্ৰহণ কৰিব ধিং এক্সপ্ৰেছ হিমা দাসে ।

লগতে পঢ়কঃ গামোচাত NO CAA লিখি প্ৰতিবাদ গোলাঘাটত জিলা কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details