নিউজ ডেস্ক,26 ফেব্ৰুৱাৰী: পুনৰ স্বৰ্ণ পদক লাভ কৰিলে ধিং এক্সপ্ৰেছ হিমা দাসে ৷ ইণ্ডিয়ান গ্ৰা-প্ৰিৰ ২০০ মিটাৰত হিমা দাসে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখযোগ্য যে, ইণ্ডিয়ান গ্ৰা-প্ৰিৰ ২০০ মিটাৰত হিমা দাসে স্বৰ্ণ পদক লাভ কৰিছে যদিও আগন্তুক টকিঅ' অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছে । কিয়নো 200 মিটাৰ দৌৰ সম্পূৰ্ণ কৰিবলৈ হিমাই সময় লয় ২৩.৩১ ছেকেণ্ড । ইপিনে অলিম্পিকৰ যোগ্যতা অর্জনৰ বাবে নিৰ্ধাৰিত সময় আছিল ২২.৮০ ছেকেণ্ড ।
ইণ্ডিয়ান গ্ৰা-প্ৰিৰ ২০০ মিটাৰত হিমাৰ স্বৰ্ণ জয়
ইণ্ডিয়ান গ্ৰা-প্ৰিৰ ২০০ মিটাৰত হিমা দাসে স্বৰ্ণ পদক লাভ কৰিছে যদিও আগন্তুক টকিঅ' অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছে ।
ইণ্ডিয়ান গ্ৰা-প্ৰিৰ ২০০ মিটাৰত হিমাৰ স্বৰ্ণ জয়
উল্লেখযোগ্য যে, তাৰ মাজতে শুকুৰবাৰে গুৱাহাটীৰ সৰু সজাইত অসম আৰক্ষীৰ উপ আৰক্ষী অধিক্ষকৰ নিযুক্তি পত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা গ্ৰহণ কৰিব ধিং এক্সপ্ৰেছ হিমা দাসে ।
লগতে পঢ়কঃ গামোচাত NO CAA লিখি প্ৰতিবাদ গোলাঘাটত জিলা কংগ্ৰেছৰ