এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ 400 মিটাৰ দৌৰ পৰা বাহিৰ হ'ল হিমা দাস - হিমা দাস
দেওবাৰে দোহাত অনুষ্ঠিত 2019 বৰ্ষৰ এছিয়ান এথলেটিক চেম্পিয়নশ্বিপত হঠাৎ ককালৰ মাংসপেষী বিষৰ বাবে বাহিৰ হ'ব লগা হয় হিমা দাস ৷ 400 মিটাৰ এই শিতানত শ্ৰেষ্ঠত্বৰ অৰ্জন কৰিবলৈ সক্ষম হয় শ্ৰীলংকাৰ নদীশা ৰামানায়কাই ৷

এছিয়ান এথলেটিক চেম্পিয়নশ্বিপ 400 মিটাৰ দৌৰ পৰা বাহিৰ হ'ল হিমা দাস
নিউজ ডেক্স, 22 এপ্ৰিলঃ অসমবাসীৰ বাবে দু:খবৰ ৷ এছিয়ান এথলেটিক ছেম্পিয়নছিপৰ 400 মিটাৰত থমকি ৰব লগা হ'ল অসম গৌৰৱ স্বৰ্ণ কন্যা হিমা দাস ৷ দেওবাৰে দোহাত অনুষ্ঠিত 2019 বৰ্ষৰ এছিয়ান এথলেটিক ছেম্পিয়নছিপত হঠাৎ ককালৰ মাংসপেষী বিষৰ বাবে বাহিৰ হ'ব লগা হয় হিমা দাস ৷ 400 মিটাৰ এই শিতানত শ্ৰেষ্ঠত্বৰ অৰ্জন কৰিবলৈ সক্ষম হয় শ্ৰীলংকাৰ নদীশা ৰামানায়কাই ৷
Last Updated : Apr 22, 2019, 8:08 AM IST