স্প’ৰ্টছ ডেস্ক, 2 এপ্ৰিল :ফিফা বিশ্বকাপ 2022 (FIFA WORLD CUP 2022) ৰ গ্ৰুপ পৰ্যায়ত খেলৰ তালিকা শুকুৰবাৰে চূড়ান্ত কৰা হয় ৷ ফিফা বিশ্বকাপ ২০২২ ত মুঠ ৩২ টা দলে অংশগ্ৰহণ কৰিব ৷
বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত খেলৰ তালিকা শুকুৰবাৰে নিশা ২৯ টা দলে নিজৰ গ্ৰুপ লাভ কৰে ৷ বাকী তিনিটা দলে প্লে অফ খেলি বিশ্বকাপৰ মূল তালিকাত নিজৰ স্থান নিশ্চিত কৰিব ৷ গ্ৰুপ এ (A) ৰ পৰা এইচলৈ(H) ৩২ টা দলক ৮ টা গ্ৰুপত বিভক্ত কৰা হৈছে ।
চাওক কোন দল অৱৰ্তীণ হ’ব কাৰ বিৰুদ্ধে :
গ্ৰুপ এ (Group A) : কাটাৰ (Qatar), ইকুৱেডৰ (Ecuador), ছেনেগাল (Senegal), নেডাৰলেণ্ড (Nederland)
গ্ৰুপ বি (Group B) : ইংলেণ্ড (England), ইৰাণ (Iran), আমেৰিকা (USA), প্লে অফত ৱেলছ/স্কটলেণ্ড/ইউক্ৰেইন (Wales/Scotland/Ukraine)
গ্ৰুপ চি (Group C) : আৰ্জেণ্টিনা (Argentina), চৌদি আৰৱ (Saudi Arabia), মেক্সিকো (Mexico), পোলেণ্ড (Poland)