অসম

assam

ETV Bharat / sports

TIME 100 তালিকাত স্থান লাভ দুতি চান্দৰ - sprinter Dutee Chand named in TIME 100 Next list for rising stars

'TIME 100 Next' ত স্থান লাভ কৰিছে ভাৰতীয় স্প্ৰীন্টাৰ দুতি চান্দে ৷ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱশালী 100 জন ব্যক্তিৰ মাজত স্থান লাভ কৰিছে ভাৰতীয় এথলীটগৰাকীয়ে ৷

স্প্ৰীন্টাৰ দুতি চান্দ

By

Published : Nov 13, 2019, 11:53 PM IST

স্পৰ্টছ ডেস্ক, 13 নৱেম্বৰ : TIME আলোচনীয়ে ঘোষণা কৰা 'TIME 100 Next' ত স্থান লাভ কৰিছে ভাৰতীয় স্প্ৰীন্টাৰ দুতি চান্দে ৷ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱশালী 100 জন ব্যক্তিৰ মাজত স্থান লাভ কৰিছে ভাৰতীয় এথলীটগৰাকীয়ে ৷

ব্যৱসায়, মনোৰঞ্জন, ক্ৰীড়া, ৰাজনীতি, স্বাস্থ্য, বিজ্ঞান আৰু সমাজ সেৱাৰ লগতে বিভিন্ন দিশৰ সৈতে জড়িত 100 গৰাকী উদীয়মান প্ৰতিভাক স্থান দিয়া হৈছে 'TIME 100 Next' ত ৷

এই আলোচনীত স্থান লাভ কৰাৰ পাচতে নিজৰ সমৰ্থকসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে TIME য়ে তেওঁৰ প্ৰতিভাক চিনাক্ত কৰা বাবে কৃতজ্ঞ বুলি জানিবলৈ দিয়ে দুতি চান্দে ৷

আৰু পঢ়ক: নগাঁও মহাবিদ্যালয়ত বিজ্ঞানী উদ্ধৱ ভৰালীৰ মত বিনিময় অনুষ্ঠান

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details