দেশজুৰি বায়ুসেনাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা - বায়ুসেনা
সমগ্ৰ ভাৰতবর্ষত ভৰতীয় বায়ুসেনাৰ প্ৰাক্তন সেনাধ্যক্ষ অৰ্জন সিঙৰ 100 তম জন্ম বাৰ্ষিকী উপলক্ষে মাৰাথন দৌৰ প্ৰতিযোগিতা

দেশজুৰি বায়ুসেনাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা
সোণাপুৰ, ১৪ এপ্ৰিলঃসোণাপুৰ বায়ু সেনা ষ্টেচনত মাৰাথন দৌৰ প্ৰতিযোগিতা । সমগ্ৰ ভাৰতবর্ষত ভাৰতীয় বায়ু সেনাই প্ৰাক্তন সেনাধ্যক্ষ অৰ্জন সিঙৰ 100 তম জন্ম বাৰ্ষিকী উপলক্ষে মাৰাথন দৌৰ প্ৰতিযোগিতাৰ অয়োজন কৰা হয় । গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী সোণাপুৰ অৱস্থিত বায়ুসেনা ষ্টেচনত অনুষ্ঠিত এই প্ৰতিযোগিতাত 100ত কৈ অধিক বায়ুসেনাৰ সৈনিকে অংশগ্ৰহণ কৰে ।
দেশজুৰি বায়ুসেনাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা
Last Updated : Apr 14, 2019, 6:59 PM IST