অসম

assam

ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় প্ৰাক খেলৰ পৰীক্ষণৰ বাবে সাজু বেইজিং অলিম্পিক - আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী

2022 চনৰ শীতকালীন অলিম্পিক আৰু পেৰা অলিম্পিক খেলৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰাক খেলৰ বাবে পৰীক্ষণ সম্পূৰ্ণ হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে প্ৰকাশ কৰিছে তথ্য ৷

Beijing 2022 to replace test events with adapted sports testing program
আন্তঃৰাষ্ট্ৰীয় প্ৰাক খেলৰ পৰীক্ষণৰ বাবে সাজু বেইজিং অলিম্পিক

By

Published : Nov 15, 2020, 1:38 PM IST

স্পৰ্টছ ডেস্ক, 15 নৱেম্বৰ : 2022 চনৰ শীতকালীন অলিম্পিক আৰু পেৰা অলিম্পিক খেলৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰাক খেল পৰীক্ষণৰ বাবে সাজু হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে প্ৰকাশ কৰিছে তথ্য ৷ শীতকালীন অলিম্পিক আন্তঃৰাষ্ট্ৰীয় ফেডাৰেচন, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী,আন্তঃৰাষ্ট্ৰীয় পেৰা অলিম্পিক কমিটীৰ যুটীয়া চুক্তি অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ মহামাৰী ক'ভিড-19 ৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, নতুন নিয়মৰ সৈতে ইতিমধ্যে, টকিঅ'ত ইয়াৰ পৰীক্ষণমূলক প্ৰয়োগ কৰা হৈছে ৷

লগতে পঢ়ক :ওড়িশাৰ হৃদয়ানন্দই গুৱাহাটীত পাতিছে চাকৰিৰ ক’লা বজাৰ

ABOUT THE AUTHOR

...view details