অসম

assam

ETV Bharat / sports

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম কন্যা... হিমাৰ পিচত এইবাৰ কোন ? - International Karate Championship

উত্তৰ প্ৰদেশৰ চাহাৰণপুৰত অনুষ্ঠিত হোৱা দ্বিতীয় আন্ত:ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ 2019 ত সফলতা অৰ্জন অসম কন্যাৰ ৷

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম কণ্যা

By

Published : Apr 28, 2019, 10:21 PM IST

  • আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম কন্যা
  • দ্বিতীয় আন্ত:ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ ২০১৯ ত স্বৰ্ণ পদক অৰ্জন চান্দিনী খাতুনৰ
    দ্বিতীয় আন্ত:ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ ২০১৯
  • ওদালগুৰিৰ জিলাৰ মাজবাট নিৱাসী চান্দিনী খাতুন
  • উত্তৰ প্ৰদেশৰ চাহাৰণপুৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা
  • ৪৫ কেজি শাখাত স্বৰ্ণ পদক অৰ্জন মাজবাটৰ অতি দৰিদ্ৰ পৰিয়ালৰ কণ্যা চান্দিনী খাতুনৰ
  • দেওবাৰে এই সাফল্য খেলুৱৈগৰাকীৰ
    আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম কণ্যা

ABOUT THE AUTHOR

...view details