অসম

assam

ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল পাঁচ অসম সন্তান - অষ্ট্ৰেলিয়া

অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা Asia Pacific Lawn Bowls Championship 2019 ত ব্ৰঞ্জ পদক অৰ্জন অসমকণ্যাৰ ৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমজীয়ৰী

By

Published : Jul 1, 2019, 11:28 PM IST

স্পৰ্টছ ডেস্ক, 1 জুলাইঃপুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিবলৈ সক্ষম হৈছে অসমজীয়ৰী ৷ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা Asia Pacific Lawn Bowls Championship 2019 ত ব্ৰঞ্জৰ পদক জিনিলে গুৱাহাটী মহানগৰীৰ বাৰোৱাড়ীৰ তানীয়া চৌধুৰীয়ে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমজীয়ৰী

অষ্ট্ৰেলিয়াৰ গল্ড ক’ষ্টত অনুষ্ঠিত হোৱা Asia Pecific Lawn Bowls Championship 2019ৰ ছিংগলছ আৰু ৱমেন্ছ ত্ৰিপল আন্তঃৰাষ্ট্ৰীয় শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি আঁজুৰি আনিলে ব্ৰঞ্জৰ পদক ৷ অসমৰ পাঁচজনকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত ৷ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে আত্মীয়ৰ লগতে শুভকাংশীয়ে উষ্ম আদৰণি জনায় বিমানবন্দৰত ।

ABOUT THE AUTHOR

...view details