স্পৰ্টছ ডেস্ক, 17 ছেপ্তেম্বৰঃ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অমিত পংঘাল আৰু মনীষ কৌশিকৰ ৷ এছিয়ান খেলত স্বৰ্ণ পদক বিজয়ী অমিত পংঘালে (52 কিলোগ্ৰাম) আৰু মনীষ কৌশিকে কমনৱেলথ গেমছত (63 কিলোগ্ৰাম) ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷
বিশ্ব বক্সিং চেম্পিয়নশ্বিপঃ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ পংঘাল, মনীষ কৌশিক - মনীষ কৌশিক
বাতুহান ছিফ্কী পৰাস্ত কৰি অমিত পংঘাল আৰু চিনজ’ৰিগ বাটাৰসুখক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ প্ৰৱেশ পংঘাল আৰু মনীষ কৌশিকৰ ৷
![বিশ্ব বক্সিং চেম্পিয়নশ্বিপঃ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ পংঘাল, মনীষ কৌশিক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4472089-290-4472089-1568737127541.jpg)
বিশ্ব বক্সিং চেম্পিয়নশ্বিপঃ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ পংঘাল, মনীষ কৌশিক
মঙলবাৰে তুৰ্কীৰ বাতুহান ছিফ্কী পৰাস্ত কৰি অমিত পংঘালে আৰু মংগোলীয়াৰ চিনজ’ৰিগ বাটাৰসুখক পৰাস্ত কৰি মনীষ কৌশিকে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷ পংঘালে 5-0 জয় লাভ কৰাৰ বিপৰীতে 5-0 ব্যৱধানত জয় লাভ কৰে মনীষ কৌশিকে ৷