স্পৰ্টছ ডেস্ক, 30 জুনঃএক ৰোমাঞ্চকৰ মেচত জয় লাভ কৰি প্ৰ’ লীগৰ খিতাপ অৰ্জন নেদাৰলেণ্ডৰ ৷ পেনাল্টী শ্বুট আউটত 4-3 গ’লত পৰাস্ত কৰিবলৈ সক্ষম হয় অষ্ট্ৰেলিয়াক ৷ নিৰ্ধাৰিত সময়লৈকে দুয়োটা দলৰ মাজত 2-2 গ’লত সমাপ্ত হোৱাত পেনাল্টী শ্বুট আউটত নিৰ্ধাৰণ কৰা হয় চেম্পিয়ন দলৰ ৷ পেনাল্টী শ্বু আউটত 4-3 গ’লত পৰাস্ত হয় অষ্ট্ৰেলিয়া ৷
মহিলা হকীঃ অষ্ট্ৰেলিয়াক পৰাস্ত কৰি নেদাৰলেণ্ডৰ প্ৰ’ লীগৰ খিতাপ - WOMEN
পেনাল্টী শ্বুট আউটত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি প্ৰ’ লীগৰ খিতাপ অৰ্জন নেদাৰলেণ্ডৰ ৷

মহিলা হকীঃ অষ্ট্ৰেলিয়াক পৰাস্ত কৰি নেদাৰলেণ্ডৰ প্ৰ’ লীগৰ খিতাপ
ইপিনে মেচৰ অন্তত নেদাৰলেণ্ডৰ ফেডৰিক মাল্টাক সৰ্বেশ্ৰেষ্ঠ খেলুৱৈ সন্মান দিয়া হয় ৷ টুৰ্ণামেণ্টত আটাইতকৈ বেছি গ’ল কৰিবলৈ সক্ষম হয় নেদাৰলেণ্ডৰ আলিবিয়া মেৰীয়ে ৷ তেওঁ মুঠ 15 টা গ’ল কৰিবলৈ সক্ষম হয় ৷